Ms-Office-ত ব্লগ (Blog)
Office Blog হ’ল MS-Office-ৰ উৎপাদনসমূহৰ ব্যৱহাৰকাৰীসকলৰ সম্প্ৰদায়ৰ এটা উপযোগী ব্লগ (Blog) য’ত বহুসংখ্যক প্ৰশ্নই উথ্থাপিত হয় আৰু সেই প্ৰশ্নসমূহৰ বাবে যথেষ্টসংখ্যক উত্তৰো প্ৰকাশিত হয়। এই ব্লগ প্ৰশ্নসমূহ বিশ্লেষণ কৰা আৰু উথ্থাপিত প্ৰশ্নসমূহৰ সঠিক উত্তৰৰ দিয়া ভিডিঅ’ প্ৰকৰণ (Video Article) আৰু শাব্দিক প্ৰকৰণেৰে (Text Article) গঠিত।
Http://Twitter.Com/#!/Office
ইয়াৰ এটা ভিডিঅ’ প্ৰকৰণ থাকে যিয়ে MS-Outlook ব্যৱহাৰ কৰি ব্যৱসায়িক সন্মিলনসমূহৰ নিজস্ব মতসমূহ তৈয়াৰ কৰাৰ বিভিন্ন উপায়সমূহৰ কথা ব্যক্ত কৰে। এই ভিডিঅ’ প্ৰৱাহ (Video Streamline) ব্যৱসায়িক সন্মিলনসমূহ আৰু গ্ৰাহক সমৰ্থনৰ পৰিকল্পনাটোত অন্তৰ্ভুক্ত বিভিন্ন ক্ৰমসমূহ আৰু কাৰ্য্য প্ৰণালীসমূহৰ সৈতে আগবাঢ়ে। ইয়াৰ MS-Access-ৰ বিষয়ে এটা প্ৰকৰণ থাকে যিয়ে MS-Access-ৰ সমিধানৰ সৈতে Access Database-সমূহ বন্দৱস্ত আৰু বেক-আপ স্বয়ংক্ৰিয় কৰিবলৈ উন্নতকৰণ কৰা টোটেল ভিজুৱেল এজেণ্ট (Total Visual Agent) চফ্টৱেৰটো ব্যৱহাৰ কৰি ডাটা ৰিক’ভাৰি (Data Recovery)ৰ সমিধানো দিয়ে। ইয়াৰ Microsoft-ৰ এটা উৎপাদন MS-Onenote 2010-ৰ ওপৰত এটা প্ৰকৰণ থাকে যিয়ে এই চফ্টৱেৰটোৰ বিভিন্ন বৈশিষ্ট্য আৰু ব্যৱহাৰোপযোগীতাসমূহ বৰ্ণনা কৰে।
ইয়ে আনকি “Staying On Budget”-ৰ ওপৰত এটা প্ৰকৰণ দেখুৱায় যি হ’ল MS-Excel-ত উন্নত এটা পৰিয়ালৰ খৰচৰ খতিয়ানৰ আৰ্হি যাক এই খতিয়ান প্ৰস্তুতকৰণত নিজকে উপযোগী কৰি ৰখা বহুতো ব্যৱহাৰকাৰীৰদ্বাৰা ব্যৱহাৰিত আৰু মূল্যাংকিত কৰা হয়। এইদৰে কিছুমান প্ৰকাৰে এই ব্লগটোৱে অৰ্থনৈতিকভাৱেও সহায় কৰে। ইয়াৰ বাহিৰেও ই এটা প্লাগ-ইন (Plug In)ৰ বিষয়ে বৰ্ণনা কৰে যাক পিভ’ট টেবুল (Pivot Table) বুলি কোৱা হয়। Pivottable-সমূহ তথ্যৰ খেলিমেলিবোৰ ঠিক কৰাত অতি ফলপ্ৰসূ।
এইটো ব্লগৰ মেইল থিত লগোৱা আৰু মেইলৰ উত্তৰ দিয়াৰ ওপৰতো প্ৰকৰণ আছে। মেইল সম্বন্ধীয় এই প্ৰকাৰৰ এটা প্ৰকৰণে বহু মেইলৰ বাবে লেবেল (Label)ৰ সৃষ্টি কৰি আছে। ই শাব্দিক প্ৰকৰণ (Text Article) আৰু মূল ভিডিঅ’সমূহো গ্ৰহণ কৰে। ভিডিঅ’টোৱে প্ৰণালীবদ্ধ ক্ৰমত মেইল মাৰ্জিং (Mail Merging) আৰু মাচ মেইলিং (Mass Mailing) সৃষ্টি কৰে। শাব্দিক প্ৰকৰণ পাঁচটা শাখাত বিভক্ত আৰু প্ৰত্যেকটো বিভাগতেই একোটা লেবেলৰ সৃষ্টি কৰাৰ বাবে আৰু পাঠকৰ সুবিধাৰ বাবে সমৰ্থিত ছবিসহ মাচ মেইলিং (Mass Mailing)ৰ সৃষ্টি কৰাৰ বাবে প্ৰণালীবদ্ধ ক্ৰম থাকে।