Msdn-ত ব্লগ (Blog)

 

Miscrosoft Msdn Blog-ৰ গোটেই পৃথিৱীখনতে প্ৰকৰণ (Article) সম্বন্ধীয় বহুতো সমাধান আৰু মুখ্য ঘটনা (Major Events) আছে। এই ব্লগটোৰ প্ৰধান বৈশিষ্ট্য হ’ল ই বহুতো ইউৰোপীয়ান ভাষাৰ বাবে উন্মুক্ত।
ব্লগটোত লভ্য কিছুমান প্ৰকৰণ (Article) তলৰ তালিকাত আৰ্হি হিচাপে লিষ্টিভুক্ত কৰা হৈছে :


Http://Blogs.Msdn.Com/


Microsoft-ৰ Desktop ফলপ্ৰদকৰণ প্ৰযুক্তিবিদ্যা, ইয়াৰ মূল মতটো Server App-V-তো অনুমোদিত। গতিকে যদি আপুনি ই কেনেকৈ কাম কৰে সেইবিষয়ে কোনোবাই বৰ্ণনা কৰাটো শুনিবলৈ অথবা চাবলৈ বিচাৰে- তেনেহ’লে এইটোৱে হ’ল আপোনাৰ বাবে সুৱৰ্ণ সুযোগ। যিটো অংশ আপোনাৰ বাবে আকৰ্ষণীয় হ’ব বুলি মই ভাৱো, সচাঁকৈ যদি আপুনি Cloud-ৰ প্ৰতি আকৰ্ষিত হয়, সেয়া হ’ল App-V-ৰ শাখা। ক্ৰমটোৰ ওপৰৰ বাওঁফালৰটো হ’ল 12 এপ্ৰিলৰ Automisation And The Public Cloud । চলিত তথ্য কেন্দ্ৰলৈ এটা ক্যী (Key) আৰু এটা ব্যক্তিগত Cloud-লৈ ক্ৰমবিকাশ হ’ল স্বয়ংক্ৰিত কাৰ্য্যনিৰ্বাহ (Automated Management)। Opalis হ’ল Operations Manager-ত ইয়াক সম্ভৱ কৰা চিৰিচ (Glue)।


Techdays বেলজিয়াম 2011


আজিৰপৰা মাত্ৰ তিনি সপ্তাহৰ ভিতৰতে 1400 জন শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় আৰু স্থানীয় উন্নয়নকৰ্তা আৰু IT ব্যৱসায়ী বক্তাৰপৰা শিক্ষা গ্ৰহণ কৰিবলৈ আপুনি যোগদান কৰিব পাৰে। এপ্ৰিলৰ 26 আৰু 27 তাৰিখৰ আলোচনা মেলৰ সময়ছোৱাত, ছয়জন উন্নয়নকৰ্তা (Developer) আৰু IT ব্যৱসায়ীৰ পদক্ষেপে আপোনাক 60খন অধিৱেশনত পৰিকল্পিত নতুন প্ৰযুক্তিবিদ্যা আৰু সমসাময়িক প্ৰযুক্তিবিদ্যাৰ এক মিশ্ৰৰ সৈতে চিনাকি কৰাব।


Windows Azure Management Cmdlets-বোৰ এটা Powershell নিৰ্দ্দেশ-শাৰীৰপৰা আপোনাৰ সন্ধিযুক্ত সেৱাসমূহ চম্ভালিবলৈ অতি উপযোগী, আৰু এইবোৰ নকৈ Sdk 1.3-ৰ বাবে উন্নতকৰণ কৰা হৈছে। Windows Azure Service Management Cmdlets-এ Cmdlets-ৰ এটা গোট আগবঢ়ায় যিয়ে Windows Azure Management নুৰিয়াই আৰু Api-ৰ Diagnostic Configuration কৰোৱায় আৰু এজন ব্যৱহাৰকাৰীক Windows Azure Operation-সমূহ সাজিবলৈ আৰু চম্ভালিবলৈ সক্ষম কৰে। এই Cmdlets-বোৰে আপোনাক আপোনাৰ Windows Azure Operation-সমূহ সহজ কৰি লৈ উন্নত কৰিবলৈ আৰু পৰীক্ষা কৰিক্ষা কৰিবলৈ সহায় কৰে, যাতে আপোনাৰ Application-সমূহৰ প্ৰকাশ তথা উন্নতকৰণসমূহৰ লেখ ল’বলৈ আৰু খৰতকীয়াকৈ জোখ ল’বলৈ সহজ হয়। ইয়াৰোপৰি, আপুনি এই Cmdlets-বোৰ ব্যৱহাৰ কৰি Diagnostic Configuration কৰিব পাৰে।
এইবোৰ হ’ল Msdn Blogত আলোচিত হৈ থকা কিছুমান ব্লগ প্ৰকৰণ (Article)-ৰ উদাহৰণ।