ৰূপালী পোহৰ
ৰূপালী পোহৰ হ’ল এটা ক্রছ-ব্রাউজাৰ, ক্রছ প্লেটফর্ম আৰু ক্রছ ডিভাইছ ব্রাউজাৰ প্লাগ-ইন যিটোয়ে কোম্পানীৰ ডিজাইন, তৈয়াৰ আৰু প্রয়োগ পদ্ধতিৰ বিতৰণৰ কামত আৰু ৱেবত অভিজ্ঞতা সঞ্চয়ৰ কামত লাগে। বিনামূলীয়াকৈ মূহূর্ত্ততে কৰিব পৰা ডাউনলোদৰ দ্বাৰা ৰূপালী পোহৰ বা চিলভাৰ লাইটে এটা নতুন অভিজ্ঞতা আৰু নিশ্চিত ৰূপ আৰু এটা উচ্চ বর্গীয় ক্রছ-প্লেটফর্ম অভিজ্ঞতা আহৰন কৰিবলৈ শিকায়। চিলভাৰ লাইট ৩ এ বর্ধিত ভাবে অধিক মিডিয়াৰ পৰিচিত ঘটায়, ডেক্সটপত ব্রাউজাৰৰ সহায়তাৰ অবিহনে ৱেব প্রয়োগ পদ্ধতিক ব্যৱহাৰ কৰি কাম কৰিবলৈ অনুমতি দিয়ে, গুৰুত্বপূর্ণ গ্রাফিকচ্ৰ উন্নতি সাধন কৰা লগতে 3D গ্রাফিকচৰ সাহায্যকাৰী, GPU গতি, আৰু H.264 ভিডিও সহায়তা আৰু অন্যান্য বহুতো সুবিধা পাব পাৰি যাতে RIA উন্নয়ন উৎপাদনশীলতা বৃদ্ধি পায়। আটাইকেইটা .নেট ডেভেলাপাৰ টুলক সম্পূর্ণৰূপে একেলগে কৰি, ভিচুৱেল ষ্টূডিও ২০০৮, ভিচুৱেল ষ্টূডিও ২০১০ আৰু ভিচুৱেল ৱেব ডেভেলাপাৰ এক্সপ্রেছ চাপোর্টক এটা সম্পূর্ণভাবে সাম্পত্রিকৰূপ দিয়ে আৰু চিলভাৰ লাইটৰ বাবে মিথস্ক্রীয় তৈয়াৰ কৰে।
H.264/Advanced Audio Coding (AAC) Audio ৰ সহায়তাৰ সৈতে, পোনে পোনে আৰু বিচৰা মতে IIS7 Smooth Streaming, full HD (720p+) playback, আৰু এটা প্রসাৰনযোগ্য ডিকোডাৰ পাইপলাইন, চিলভাৰ লাইট ৩ এ উন্নত, আৰু ডেক্সটপৰ সম্পূর্ণ পর্দাত, ক’তো নৰখাকৈ চলা মিডিয়া অভিজ্ঞতা প্রদান কৰে। চিলভাৰ লাইন ৩ ত থকা নতুন আৰু বর্দ্ধিত মিডিয়া বৈশিষ্ট্য বিলাকত আছেঃ
• পোনে পোনে আৰু চাহিদা অনুযায়ী true HD (720p+) Smooth Streaming, HTTP ত মিডিয়া ডেলিভাৰী প্লেটফর্মৰ IIS মিডিয়া পৰিষেবা, বাধামুক্ত ধাৰাৰ বৈশিষ্ট্য যিটোয়ে চিলভাৰ লাইটৰ অর্ন্তগতত লোকেল ব্যাণ্ডউইথ আৰু CPU অৱস্থানৰ ক্ষেত্রত এটা মিডিয়া ফাইলৰ ভিডিওৰ গুনমানক সক্রিয় ভাবে আৰু নিপুন ভাবে নির্নয় কৰে।
• VC-1/WMA ৰ প্রাথমিক সহায়তাৰ উপৰিও, চিলভাৰ লাইট ৩ এ এতিয়া ব্যৱহাৰকাৰীক MPEG-4-based H.264/AAC Audio ৰ ক্ষেত্রত প্রাথমিক সহায়তা দিয়াৰ আৰু বিষয় বস্তুৰ বিতৰনক অধিক উচ্চগুনমান ক্ষমতা সম্পন্ন কৰি বিভিন্ন ধৰনৰ বৈশিষ্ট্যযুক্ত কম্পিউটাৰ আৰু কৌশল যিবিলাকৰ ক্ষেত্রত বিভিন্ন ধৰনৰ ফৰমেটক সহযোগিতা কৰে।
• গ্রাফিক প্রচেছৰ ইউনিট (GPU) হার্ডৱেৰ গতিয়ে, চিলভাৰ লাইটৰ অভিজ্ঞতাৰ দ্বাৰা সম্পূর্ণ পর্দাজুৰি HD (720p+) ক ডাঙি ধৰে।
• নতুন Raw AV pipeline ৰ সৈতে, চিলভাৰ লাইটে অতি সহজেই বিভিন্ন ধৰনৰ থার্ড পার্টি কোদেকক সহায়তা কৰে। ৰানটাইমৰ বাহিৰত অডিও আৰু ভিডিও ডিকোড কৰে আৰু চিলভাৰলাইটক উপস্থাপিত কৰে, আৰু স্থানীয় কোডেকৰ বাহিৰত গৈ ফৰমেটক সাহায্য কৰে।
• চিলভাৰ লাইট DRM, PlayReady Content Protection ৰ দ্বাৰা শক্তি সঞ্চয় কৰি AES encryption ত ব্রাউজিং অভিজ্ঞতাক বা উইন’ড মিডিয়া DRM ক কামত লগাই তাক ৰক্ষা কৰে।