Visual Studio-ত Twitter

 

Visual Studio twitter হ’ল এটা ততালিকে উন্নতকৃত তথ্যৰ উচ্চ উৎপত্তিস্থল। বিষয়বোৰৰ ভিন্নতাৰ এটা বহল ক্ষেত্ৰত উন্নতকৃত হৈ থকাটো তেনেই সহজ। ই Visual studio-সম্প্ৰদায়ক সমস্যাসমূহৰ সন্মুখীন হ’বলৈ আৰু সমস্যাসমূহৰ সঠিক সমাধান উলিয়াবলৈ সহায় কৰে। ইয়াৰ প্ৰযুক্তিবিষয়ক বহুসংখ্যক প্ৰকৰণ (Article) তথা অনলাইন শিক্ষা কাৰ্যসূচী (online training programs) আৰু অনুস্থিত কাৰ্যখানাৰ তালিকা থাকে। ই আনকি visual studio আৰু  source safe 2010-ৰ বহুসংখ্যক ভিডিঅ’ অধিৱেশনো অনুস্থিত কৰে।


বেছিভাগ প্ৰকৰণেই ভিডিঅ’ৰ ৰূপত থাকে যিয়ে সহজ প্ৰকাশৰ সৈতে বহুতো ভাষা সম্প্ৰদায় সমৰ্থন কৰে। visual studio আৰু Visual studio 2010-ৰ সৈতে পৰীক্ষণৰ বাবে ইয়াৰ windows Azure tools সম্পৰ্কিত ভিডিঅ’ টিউটৰিয়েল (video tutorials) থাকে।


 http://twitter.com/#!/VisualStudio

 

Visual Studio-ৰ বাবে Windows Azure tools-এ আপোনাক পৰিচিত Visual Studio অভিজ্ঞতা সম্পূৰ্ণ কৰাব। Cloud project tools হ’ল অতিশয় স্থিতিস্থাপক। আপুনি সহজে cloud প্ৰজেক্টসমূহলৈ তথা অইনলৈ ৰ’লসমূহ যোগ কৰিব পাৰিব অথবা উপস্থিত প্ৰজেক্টসমূহলৈ যাব পাৰিব।


ইয়াৰ MIX 2011 নামৰ কাৰ্য এটাৰ বিৱৰণী থাকে যি হ’ল ৱেব (Web)-ত আটাইতকৈ বেছি সংস্কাৰ সাধন কৰা আৰু আটাইতকৈ বেছি লাভৱান গ্ৰাহক সৃষ্টি কৰা উন্নয়নকাৰী, ডিজাইনাৰ, UX পাৰদৰ্শী আৰু ব্যৱসায়ীসকলৰ গোট এটা। অধিৱেশনসমূহ পৰ্যায়, ব্যৱহাৰোপযোগীতা আৰু ডিজাইনৰ ওপৰত প্ৰযুক্তি সম্পৰ্কীয়, ক’ডৰ ভিত্তিৰপৰা নিপুণ উপদেশলৈ, এই পৰিসৰত থাকে।


ইয়াৰ Team Foundation Server 2010 (TFS)-ৰ উন্নয়নকাৰী দলসমূহৰ ওপৰত এটা প্ৰকৰণ (Article) আছে যিয়ে বৰ্দ্ধিতভাৱে তেওঁলোকৰ কাৰ্য্যৰ প্ৰয়োজনীয়তা বিচাৰি পাইছে। প্ৰজেক্ট কাৰ্য্যনিৰ্বাহকসকল, গুণগত মানদণ্ডৰ ভৰসা, আৰু উচ্চতম কাৰ্য্যনিৰ্বাহকসকলে উন্নয়নকাৰী দলসমূহৰ পৰা অধিক পৰিকল্পনা, সহায়তা আৰু যোগাযোগ আশা কৰিছে। TFS-এ সম্পূৰ্ণ application lifecycle management tool আগবঢ়ায় যিয়ে

 

উন্নয়নকাৰীসকলক এটা tool-ৰপৰা আনটো tool-লৈ যোৱাৰ প্ৰয়োজনীয়তা অবিহনেই এটা  application lifecycle-ত আটাইবোৰ ৰ’ল (Role)-ৰ সৈতে সম্পৰ্কিত হ’বলৈ অনুমতি দিয়ে। TFS সহিতে উন্নয়নকাৰীসকলে প্ৰয়োজনসমূহ, version control source code বুজিব পাৰে আৰু গঠণ আৰু সহায়তাসমূহ স্বয়ংক্ৰিত কৰিব পাৰে। বিভক্ত আৰু বিপৰীত-কাৰ্য্যক্ৰমযুক্ত দলসমূহে আটাইবোৰ দলৰ বাবে প্ৰাথমিক ব্যৱহাৰৰ সুবিধা আগবঢ়োৱা এটা শক্তিশালী version control tool পাবলৈ ইয়াক অধিক গুৰুত্বপূৰ্ণ কৰি তোলে।  Visual SourceSafe ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ উন্নয়ণৰ খৰচাদি চম্ভালিবলৈ এটা অধিক পুষ্ট ভঁড়ালৰ প্ৰয়োজন অনুভৱ কৰিছে।